Shamiyana Song Lyrics | Angaraag Mahanta | Papon | Assamese Songs Lyrics

Singer: Papon & Sushmita

Shamiyana Song Lyrics | Papon

Shamiyana Song Lyrics

শামিয়ানা প্ৰনয়ৰে আনিলা 


বুকুতে মোৰ তোমাৰে নো কবিতা 


উৰি উৰি ডাঁৱৰৰে সিপাৰে 


লৈ যোৱা কোনেও নজনাকে 



আকাশতে হেঁপাহৰে কিনো খেলা 


হিয়াতে মোৰ তোমাৰে হিয়া 


সুখীবোৰে মনৰ কথা বুকুতে লৈ 


মৰমৰে বেৰি খতা থাকে ৰৈ 



উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 



তুমি মোৰে আৰু মই হ’লো তোমাৰ 


সময়কো ৰবলে কোৱা এবাৰ 



তুমি মোৰে আৰু মই হ’লো তোমাৰ 


সময়কো ৰবলে কোৱা এবাৰ 



অঘৰি মোৰ সপোনক 


তুমি দিলা যে হি ঘৰ 


ঠিকনা তুমি মোৰ কলিজা হেঁপাহৰ 


অঘৰি মোৰ সপোনক 


তুমি দিলা যে হি ঘৰ 



ঠিকনা তুমি মোৰ কলিজা হেঁপাহৰ 


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


তুমি জোঁন মোৰে সোঁন ৰোৱানা কাষত 


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


তুমি জোঁন মোৰে সোঁন ৰোৱানা কাষত 



সাঁত ৰঙিন প্ৰনয়ৰে শুৱনিবা


চেকুৰি যাওঁ বিছাৰি নো জিৱ্নৰা


সাঁত ৰঙিন প্ৰনয়ৰে শুৱনিবা


চেকুৰি যাওঁ বিছাৰি নো জিৱ্নৰা



তোমাৰে ৰঙে লগা 


হেঁপাহে মোক চুমিছে 


তুমি বিহিন আধৰোৱা 


এনে মোৰ লাগিছে 


তোমাৰে ৰঙে লগা 


হেঁপাহে মোক চুমিছে 


তুমি বিহিন আধৰোৱা 



এনে মোৰ লাগিছে 

উশাহৰ হেঁপাহৰ তোমাৰে নো নামত 


তুমি জোঁন মোৰে সোঁন ৰোৱানা কাষত


উশাহৰ হেঁপাহৰ তোমাৰে নো নামত


তুমি জোঁন মোৰে সোঁন ৰোৱানা কাষত

More Assamese Songs:


Thanks for landing on this post, If there are any mistakes in "Shamiyana Lyrics from Assamese Songs" ? Please comment.
Thank you....!!!


TAGS:- #Shamiyana Song Lyrics, #Shamiyana Song Lyric, #Shamiyana Songs Lyrics, #Shamiyana Lyrics, #Shamiyana 2020 Song Lyrics, #Shamiyana 2020 Lyrics, #Shamiyana Assamese Song Lyrics, #Shamiyana Assamese Lyrics, #Shamiyana Song Lyrics in Hindi, #Shamiyana Song Lyrics in English, #Shamiyana Song Lyrics in Assamese, #Shamiyana Song Lyrics by Papon Mahanta, #Shamiyana Nawab Song Lyrics, #Shamiyana by Papon Mahanta Song Lyrics, #
Shamiyana Song Lyrics, #Shamiyana Song Lyrics and Video, #Shamiyana Song Lyrical Video

No comments:

Waplyric.blogspot.com. Powered by Blogger.